Pc StockCake

মানপত্ৰ – ৰশ্মি ৰেখা দুৱৰা

মানপত্ৰ ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড় জীৱন-বাটৰ প্ৰতিটো খোজত বহু ব্যক্তিৰ সান্নিধ্য লাভ কৰিলোঁ, কোনোজনে মৰমেৰে আঁকোৱালি ল’লে কোনোজনৰ কথাই বুকুত বিন্ধি Read more

পলাশবাৰীত অবৈধ বিলাতী সুৰা আৰু চুলাই মদৰ ৰমৰমীয়া বেহা

পলাশবাৰীত অবৈধ বিলাতী সুৰা আৰু চুলাই মদৰ ৰমৰমীয়া বেহা, আৰক্ষী-আবকাৰীক বুঢ়া আঙুলি দেখুৱাই সক্ৰিয় কুখ্যাত ব্যৱসায়ী, ধ্বংসৰ গৰাহত নৱপ্ৰজন্ম মিৰ্জা Read more

ডিব্ৰুগড়ৰ সাহসী বনকৰ্মী জিতু হাজৰিকাক বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশেষ সম্বৰ্দ্ধনা 

ডিব্ৰুগড়ৰ সাহসী বনকৰ্মী জিতু হাজৰিকাক বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশেষ সম্বৰ্দ্ধনা  এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় মহানগৰ তথা ইয়াৰ উপকণ্ঠ Read more

Pc aseeb.in

ঘোষণা হ’ল মেট্রিক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক ২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ, চমুকৈ এছেব-এ। এক নির্দেশনাযোগে পৰিষদে অহা ১২ অক্টোবৰৰ পৰা ১০ নৱেম্বৰলৈ মেট্রিক পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ সময় নির্ধাৰণ কৰিছে। এছেবৰ নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীয়ে অহা ১২ নৱেম্বৰৰ ভিতৰত অনলাইন পেমেন্টসমূহ দিব লাগিব। চালানযোগে ধন প্ৰদান কৰিবলৈ হ’লে ১৬ নৱেম্বৰ অন্তিম সীমা নির্ধাৰণ কৰিছে পৰিষদে। আনহাতে অনলাইন প্ৰ-পত্ৰ পূৰণৰ সময়ত যদিহে নথি-পত্রসমূহত কিবা ভুল থাকে, তেন্তে অহা ১৯ নৱেম্বৰলৈ শুদ্ধ তথ্য আপলোড কৰিব পাৰিব শিক্ষার্থীয়ে। অৱশ্যে মাচুল প্রদানৰ ক্ষেত্ৰত এছবিআইৰ অনলাইন অথবা এছবিআই চালানৰ মাধ্যমতহে ধন দিব পাৰিব। ইয়াৰ বাদেও আগন্তুক পৰীক্ষাক লৈ পৰিষদে মাচুলসমূহো নিৰ্ধাৰণ কৰিছে। এই অনুসৰি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবদ ৭০০ টকা পৰীক্ষা মাচুল হোৱাৰ লগতে প্রযোজ্য হোৱা ব্যৱহাৰিক পৰীক্ষাসমূহৰ বাবে ১৫০ টকা মাচুল আদায় দিব লাগিব। অৱশ্যে চৰকাৰী অথবা ঘাটি মঞ্জুৰিপ্ৰাপ্ত বিদ্যালয় আৰু স্বীকৃতিপ্রাপ্ত অপ্ৰাদেশীকৃত বিদ্যালয়সমূহৰ যিসকল ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ বছৰেকীয়া আয় ৪ লাখতকৈ কম, তেওঁলোকৰ মাচুলসমূহ ৰেহাই দিয়া হৈছে। যিসকল প্রার্থীয়ে দশম শ্ৰেণীৰ ইণ্টাৰনেল পৰীক্ষা, গোট পৰীক্ষা আৰু ছয়মাহিলি পৰীক্ষাত অৱতীৰ্ণ হোৱা নাই, তেওঁলোকক আগন্তুক মেট্রিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আনহাতে কেন্দ্র মাচুল ৩৫০ টকাকৈ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবদ পৰিষদে নিৰ্ধাৰিত সময়ত কেন্দ্রসমূহক প্ৰদান কৰিব বুলিও নির্দেশনাটোত উল্লেখ কৰা হৈছে। ইয়াৰ লগতে ইণ্টাৰনেল এছেছমেণ্টৰ নম্বৰসমূহ সংযোজনৰ বাবে অহা ১৪ ডিচেম্বৰৰ পৰা প’ৰ্টেলসমূহ মুকলি কৰা হ’ব।

ঘোষণা হ’ল মেট্রিক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক ২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা কৰিছে Read more

হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু অভিনেতা নানা পাটেকাৰৰ

হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু অভিনেতা নানা পাটেকাৰৰ ৰঙিলী বাৰ্ত্তাসেৱা-  জীৱন নাট সামৰি পৰলোকলৈ গমন কৰিলে ভাৰতীয় বিনোদন জগতৰ অন্যতম শক্তিশালী Read more

Pc Unsplash

যাবই যেতিয়া লাগিব – ভটিমা ৰাজবংশী

যাবই যেতিয়া লাগিব  ভটিমা ৰাজবংশী,নলবাৰী যাবই যেতিয়া লাগিব অনুতাপ নকৰোঁ দিয়া এখনেই যে মোৰ আলসুৱা হিয়া ল’বলৈও একো নাই দিবলৈও Read more

Pc অসমীয়া ৱিকিপিডিয়া - Wikipedia

ঐতিহ্য পূৰ্ণ কাকডোঙা নৈৰ প্ৰাকৃতিক সৌন্দৰ্য – শংকৰ দেৱ

 এক আলোকপাত  ঐতিহ্য পূৰ্ণ কাকডোঙা নৈৰ প্ৰাকৃতিক সৌন্দৰ্য  শংকৰ দেৱ, দেৰগাঁও প্ৰকৃতিৰ বুকুত বৈ যোৱা অসংখ্য সৰু-বৰ নৈ আছে, যাৰ Read more