আজিৰ ৰাশিফল

Pc- India Tv News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ২৪ তাৰিখ সোমবাৰ , ইংৰাজী ১১ অক্টোবৰ |
শুক্ল পক্ষ , ষষ্ঠী তিথি |
* *
সূৰ্য্যোদয় = ৫/২৪/১৮ মি.
সূৰ্য্যোস্থয় = ৪/৫৫/৩০ মি.

জন্মতঃ= বৃশ্চিক ৰাশি (ন, য) , বিপ্ৰ বৰ্ন , বৰুণ যোগ, দেৱাৰি গন, মৃগৰ অস্থি ||

আদ্যঋতু হলে= পতিহিনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা গৰু বা ছাগলী দান, অধিপতি গ্ৰহ _ শনি | _ _ _ _
ভক্ষ্যাভক্ষ্যঃ . তিতা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = প্ৰেমত আনন্দ উপভোগ কৰিব |
বৃষ = ধন সম্পদ বৃদ্ধি হব |
মিথুন = সমস্যাৰ সমাধান ঘটিব |
কৰ্কট = মনৰ আশা পূৰন হব |
সিংহ = আত্মীয়ৰ লগত বিৰোধ ঘটিব |
কন্যা = সু_ সংবাদ লাভ কৰিব |
তুলা = কৰ্মত মানসিক শান্তি লাভ কৰিব |
বৃশ্চিক = গৃহত সুখ _ শান্তি বিৰাজ কৰিব |
ধনু = কৰ্মত জটিলতা দেখা যায় |
মকৰ = মনৰ আশা ভংগ হব পাৰে |
কুম্ভ = গৃহ ক্লেশত ভুগিব পাৰে |
মীন = সম্পদ বৃদ্ধি হোৱা দেখা যায় |