ৰাছিয়াৰ সৈন্য সন্ত্ৰাসবাদীতকৈ বেলেগ নহয়: ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি

pc. Business Insider

ৰাছিয়াৰ সৈন্য সন্ত্ৰাসবাদীতকৈ বেলেগ নহয়: ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি

ৰঙিলী বাৰ্ত্তাসেৱা- ইউএনএছচিক সম্বোধন কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কয় যে ৰাছিয়াৰ সৈন্যৰ কাৰ্যকলাপ দায়েশৰ দৰে সন্ত্ৰাসবাদীতকৈ পৃথক নাছিল। তেওঁ লগতে কয়, “ইউক্ৰেইনত ৰাছিয়াৰ কাৰ্যকলাপৰ ফলস্বৰূপে দ্বিতীয় বিশ্বযুদ্ধৰ শেষৰ পৰা আমি দেখা সকলো সময়ৰ আটাইতকৈ ভয়ানক যুদ্ধ অপৰাধসংঘটিত হৈছে।” তেওঁ আৰু ৰাছিয়াক ইউএনএছচিৰ পৰা বহিষ্কাৰ কৰিবলৈ দাবী জনাইছিল।