২৭ নৱেম্বৰত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন অনুষ্ঠিত গুৱাহাটী কমাৰ্চ কলেজত

Pc- Wikimedia Commons

২৭ নৱেম্বৰত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন অনুষ্ঠিত গুৱাহাটী কমাৰ্চ কলেজত

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ২৭ নৱেম্বৰত গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলনখন অনুষ্ঠিত হ’ব।যোৱা ৬ নৱেম্বৰত অনুষ্ঠিত কাৰ্যকৰী সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেইদিনা অনুষ্ঠিত হ’বলগীয়া প্রাক্তন ছাত্র-ছাত্রী সন্মিলনত সকলো সদস্য-সদস্যাক উপস্থিত থাকিবলৈ সন্মিলনৰ সভাপতি ড° ৰতিকান্ত পাঠক আৰু সম্পাদক জয়ন্ত তালুকদাৰে আহ্বান জনাইছে।