গণৰাজ্য দিৱস -সংযুক্তা দত্ত

p.cTimes Of India

গণৰাজ্য দিৱস

গণৰাজ্য বুলিলে এনে এখন দেশ বা সমাজ ব্যৱস্থাক বুজায় য’ত দেশৰ জনগণক মুখ্য প্ৰাধান্য দিয়া হয়। আমি জানো যে গণতন্ত্ৰ আব্ৰাহম লিংকনৰ মতে “by the people , to the people , for the people.” অৰ্থাৎ ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা, ৰাইজৰ চৰকাৰ। দেশৰ প্ৰত্যক জন প্ৰাপ্তবয়স্কলোকে তেওঁলোকৰ শাসন ব্যৱস্থাত প্ৰত্যেক্ষ আৰু পৰোক্ষভাৱে অংশ গ্ৰহণ কৰে। প্ৰতিজন ভাৰতীয় প্ৰাপ্তবয়স্ক লোকৰ নিজৰ ৰাজনৈতিক দল বা ব্যক্তিক প্ৰাধান্য দিব পাৰে । এইয়ে হৈছে গণতন্ত্ৰ ৰাষ্ট্ৰপ্ৰধান আৰু মুখ্য শক্তি ।

সংযুক্তা দত্ত