কমৰেড – ৰফিক উদ্দিন June 28, 2026June 24, 2026 Rongili Barta কমৰেড ৰফিক উদ্দিন হে! কমৰেড কলমযোদ্ধা, বাকযোদ্ধা সংলাপৰ ৰূপকাৰ তুমি সুৰ সম্ৰাট, তোমাৰ মৃত্যু নাই তুমি অমৰ। কংক্ৰিটৰ উপত্যকাত কমৰেডৰ জীয়া ছবি; প্ৰাণ পাই উঠিছে মৰুৰ কেকটাছজোপাই!