আজিৰ ৰাশিফল

PC CBC

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি শাওঁন মাহৰ ৯ তাৰিখ মংগল বাৰ , ইংৰাজী ২৬ জুলাই |
কৃষ্ণ পক্ষ, ত্রয়োদশী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৪৮/২৩ মি.
সূৰ্য্যোস্থয় = ৬/১০/৫৯ মি.

জন্মতঃ= মিথুন ৰাশি (ক, ছ) বৈশ্যবৰ্ন মাহেন্দ্ৰ যোগ, মনুষ্য গন, সৰ্পৰ অস্থি |

আদ্যঋতু হলে ঃ= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ চন্দ্ৰ, বুধ |

 

ভক্ষ্যাভক্ষ্যঃ= বেঙেনা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = মনৰ আশা ভংগ হব পাৰে |
বৃষ = ভ্ৰমণ যোগ আছে |
মিথুন = মাতৃৰ দৈহিক কষ্ট |
কৰ্কট = সামান্যভাৱে আঘাত পাব পাৰে |
সিংহ = আত্মীয় বিৰোধ হব |
কন্যা = ব্যৱসায়ত শুভ দেখা যায় |
তুলা = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
বৃশ্চিক = অৰ্থৰ ক্ষতি হব পাৰে |
ধনু = কাৰ্য্য সিদ্ধি লাভ কৰিব |
মকৰ = ধন-টকা আদি শুভ |
কুম্ভ = মনৰ আশা পূৰন হোৱা দেখা যায় |
মীন = প্ৰেমত শুভ ফল লাভ |