আগন্তুক দুবছৰৰ ভিতৰত অসমৰ ৫খন কলেজক বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়া হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

আগন্তুক দুবছৰৰ ভিতৰত অসমৰ ৫খন কলেজক বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়া হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- অসমত বৃদ্ধি পাব বিশ্ববিদ্যালয়ৰ সংখ্যা।অসমৰ ৫খন কলেজক বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়া হ’ব।আগন্তুক দুবছৰৰ ভিতৰত এই কলেজ কেইখনক বিশ্ববিদ্যালয়লৈ উত্তৰণ কৰা হ’ব।নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সন্দৰ্ভত আলোচনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে।দুবছৰৰ ভিতৰত বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হ’ব নৰ্থ লখিমপুৰ কলেজ, জেবি কলেজ, সন্দিকৈ ছোৱালী কলেজ, শিৱসাগৰ কলেজ আৰু নগাওঁ কলেজ। সেইদৰে ৰাজ্যৰ অধিকাংশ কলেজকে স্বায়ত্বশাসন প্ৰদান কৰা হ’ব।