জম্মু-কাশ্মীৰত ৩ সন্ত্ৰাসবাদী নিহত

PC Dna india images are for representation only

অলাইন বাৰ্ত্তাসেৱা-  জম্মু-কাশ্মীৰত শনিবাৰৰ সন্ধিয়াৰে পৰা চলা  অভিযানত সেনাৰ গুলিত ৩ সন্ত্ৰাসবাদী নিহত।জম্মু-কাশ্মীৰত সেনাই তীব্ৰতৰ কৰি তুলিছে সন্ত্ৰাসবাদী বিৰোধী অভিযান।শেহতীয়াকৈ অনন্তনাগত সেনাৰ গুলীত নিহত হৈছে ৩ সন্ত্ৰাসবাদী।নিহত সকলৰ ভিতৰত আছে লস্কৰ ই তৈবাৰ এগৰাকী শীৰ্ষ বিষয়াও।