অসম-মিজোৰাম সীমান্তত পুনৰ দুটাকৈ বিস্ফোৰণ

pc-hindustantimes

 

অনলাইন বাৰ্ত্তাসেৱা- পুনৰ অসম- মিজোৰাম সীমান্তৰ ধলাখালত বিস্ফোৰণ ৷নিশা জঙ্ঘলৰ মাজত দুটাকৈ বিস্ফোৰণ ঘটায় মিজো দুৰ্বৃত্তই ৷অসমৰ ভূমিৰ তিনি কিলোমিটাৰ ভিতৰত এই গ্ৰেনেড বিস্ফোৰণ কৰে মিজো সকলে ৷অসমৰ ভূমিৰ ভিতৰত এতিয়া হাতত অস্ত্ৰ-শস্ত্ৰ লৈ ঘুৰি ফুৰিছে মিজো সকল ৷ইয়াকে লৈ পুনৰ উত্তপ্ত হৈ উঠিছে সীমান্ত অঞ্চল ৷উল্লেখ যোৱা কালি এটা পথ নিৰ্মাণ লৈ উত্তেজনাৰ সৃষ্টি হৈছিল ৷ মিজো সকলে অসম আৰক্ষীক লক্ষ্য কৰি এটা গ্ৰেনেড বিষ্ফোৰণ কৰিছিল ৷আৰু নিশা পুনৰ দুটা বিষ্ফোৰণ ঘটায় মিজো সকলে। by utpal kalita