UKৰ হোটেলত নিউজিলেণ্ডৰ মহিলা ক্ৰিকেট দলক বোমাৰ ভাবুকি প্ৰদান

pc- ICC Cricket

UKৰ হোটেলত নিউজিলেণ্ডৰ মহিলা ক্ৰিকেট দলক বোমাৰ ভাবুকি প্ৰদান

অনলাইন বাৰ্ত্তাসেৱা- নিউজিলেণ্ডৰ মহিলা ক্ৰিকেট দল পৰিচালনাৰ এগৰাকী সদস্যই UKত তেওঁলোকে থকা হোটেলখনত বোমা ৰখাৰ ভাবুকি লাভ কৰিছিল বুলি প্ৰতিবেদনযোগে প্ৰকাশ কৰে। প্ৰতিবেদন অনুসৰি ইয়াকো জানিব পৰা গৈছে যে দলটোক নিউজিলেণ্ডলৈ উভতি অহাৰ সময়ত তেওঁলোকৰ বিমানত বোমা ৰখাৰ প্ৰয়াসৰ বিষয়েও সতৰ্ক কৰা হৈছিল। নিউজিলেণ্ডৰ পুৰুষ দলে তেওঁলোকৰ পাকিস্তান ভ্ৰমণ ত্যাগ কৰাৰ পিছত এই ভাবুকি লাভ কৰিছে।