ৰাধাচূড়া কৃষ্ণচূড়াৰ হাঁহি – বনজিত দাস 

Pc DepositPhotos

অণুগল্প

ৰাধাচূড়া কৃষ্ণচূড়াৰ হাঁহি 

 বনজিত দাস 
ৰিহাবাৰী, বজালী 

বাৰে বাৰে ডাক্টৰে মানা কৰা সত্বেও দুই সন্তানৰ মাজতে ল’ৰাৰ ড্ৰাগছ আসক্তৰ কৰুণ পৰ্যায়ৰ দুখত মাক নিৰলা শেতেলীত পৰিল ।

ৰঙালী বিহুৰ পৰিপ্ৰেক্ষিতত হাৰ্ট থ্ৰ’ব হেৰুৱাই বিহু উৰুঙা লগা, বহাগী বিদায় পিছত ৰাধাচূড়া কৃষ্ণচূড়াৰ ৰঙেৰে আকাশত ৰঙৰ ক্ষীণ হাঁহি মৰাৰ দৰেই ছোৱালীৰ চাকৰি ৰিজাল্ট শুনি নিৰলা কিছু সকাহ পালে ।