মূল্যবৃদ্ধিক লৈ যোগানমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

মূল্যবৃদ্ধিক লৈ যোগানমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যত অত্যাধিক হাৰত হোৱা মূল্যবৃদ্ধিক লৈ পৰ্যালোচনা বৈঠক।পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে যোগানমন্ত্ৰী ৰঞ্জিত দাসে।এই বৈঠকতে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।পৰ্যালোচনা বৈঠকত যোগানমন্ত্ৰী ৰঞ্জিত দাসৰ ঘোষণা।ডিচেম্বৰৰ পৰা ৰাজ্যত কমিব মিঠাতেলৰ মূল্য।পাচলিৰ দাম নিয়ন্ত্ৰণৰ বাবে যোগান বিভাগে এপ মুকলি কৰিব।পাইকাৰী মূল্যতকৈ খুচুৰা ব্যৱসায়ীয়ে ৫-৬টকাহে বেছি ল’ব পাৰিব।এই নিৰ্দেশ অমান্য কৰিলে লোৱা হ’ব বিহিত ব্যৱস্থা।সামগ্ৰীৰ দাম বেছি ল’লেই বিপদত পৰিব ব্যৱসায়ী।দামবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে এনফ’ৰ্চমেণ্ট টীম।