প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ ৫ জন সদস্যৰ শোকাবহ দুৰ্ঘটনাত মৃত্যু

প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ ৫ জন সদস্যৰ শোকাবহ দুৰ্ঘটনাত মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  এটা ভয়ংকৰ দূৰ্ঘটনাত প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ ৫ জন সদস্যৰ মৃত্যু হৈছে।পাটনাত আত্মীয়ৰ শেষকৃত্য অনুষ্ঠানত অংশ লৈ ওভতাৰ সময়তে সংঘটিত হয় এই অঘটন।এখন ট্ৰাক আৰু ছুম’ বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়।ছুম’ বাহনখনত থকা মুঠ ১০ গৰাকী যাত্ৰীৰ ছজনৰ মৃত্যু হয়।আনহাতে গুৰুতৰভাৱে আহত হয় ৪জন লোক।মৃত্যু হোৱা লোকৰ ভিতৰত আছে সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ ৫ সদস্য।