ভেলেণ্টাইন ডেʼ- চম্পক বেজবৰুৱা

pc.- the indianexpress

ভেলেণ্টাইন ডেʼ

আহা আমি দুয়ো উদযাপন কৰোঁ
এইবেলিৰ ভেলেণ্টাইন ডেʼ

মৰমেৰে অনা এপাহ গোলাপ
গুজি দিম তোমাৰ খোপাত ,
আৰু যাচি দিম চিৰসেউজ ভালপোৱা ।

আহা আমি প্ৰতিশ্ৰুতি লওঁ
হাতত হাত থৈ
প্ৰেমৰ আয়ুসৰেখাৰ
গণিত নকৰাৰ…।

চম্পক বেজবৰুৱা
নলবাৰী (অসম)
ফোনঃ ৭০৯৯৭-৯৬২৯৪