ভাৰতৰ প্ৰথম চিডিএছ জেনেৰেল বিপিন ৰাৱাটে মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান 

p.c Telangana Today

ভাৰতৰ প্ৰথম চিডিএছ জেনেৰেল বিপিন ৰাৱাটে মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান 

ৰঙিলী বাৰ্ত্তাসেৱা-  গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা কৰ্মচাৰী প্ৰধান জেনেৰেল বিপিন ৰাৱাটক মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদান কৰা হৈছে। যোৱা বছৰ তামিলনাডুত তেওঁ যাত্ৰা কৰি থকা আইএএফ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত জেনেৰেল ৰাৱাটৰ মৃত্যু হৈছিল। প্ৰভা আত্ৰে, ৰাধেশ্যাম খেমকা (মৰণোত্তৰ) আৰু কল্যাণ সিঙকো (মৰণোত্তৰ) পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছে।