বিবেক অগ্নিহোত্ৰীয়ে কাশ্মীৰী পণ্ডিতসকলৰ নামত কোটি টকা উপাৰ্জন কৰিছে: কেজৰিৱাল

pc TheFinancial Express

বিবেক অগ্নিহোত্ৰীয়ে কাশ্মীৰী পণ্ডিতসকলৰ নামত কোটি টকা উপাৰ্জন কৰিছে: কেজৰিৱাল

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘দ্য কাশ্মীৰ ফাইলছ’ক কৰমুক্ত কৰাৰ বিজেপিৰ দাবী সন্দৰ্ভত বিধানসভাত ভাষণ দি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে বিবেক অগ্নিহোত্ৰীয়ে কাশ্মীৰী পণ্ডিতসকলৰ নামত বক্স অফিচত কোটি কোটি উপাৰ্জন কৰিছে। কেজৰিৱালে বিজেপিক কয়, “আপোনাৰ চকু খোলক, আপুনি কি কৰি আছে, তেওঁ (অগ্নিহোত্ৰী) কাশ্মীৰী পণ্ডিতসকলৰ নামত কোটি কোটি উপাৰ্জন কৰিছিল আৰুআপুনি দেৱালত পোষ্টাৰ লগাই আছে।