পেট্ৰ’ল, ডিজেলৰ মূল্য ৪ দিনত তৃতীয়বাৰৰ বাবে বৃদ্ধি

pc Tribune India

পেট্ৰ’ল, ডিজেলৰ মূল্য ৪ দিনত তৃতীয়বাৰৰ বাবে বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা-  চাৰি দিনৰ ভিতৰত তৃতীয়বাৰৰ বাবে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি । দিল্লীত মূল্য ৮০ পইচা/লিটাৰ বৃদ্ধি কৰা হৈছে। ৰাষ্ট্ৰীয় ৰাজধানীত পেট্ৰ’লৰ মূল্য ৯৭.৮১/লিটাৰ হ’ব, আনহাতে ডিজেলৰ মূল্য ৮৯.০৭/লিটাৰ । মুম্বাইত পেট্ৰ’লৰ মূল্য ৮৪ পইচা/লিটাৰ বৃদ্ধি কৰা হৈছে, যাৰ ফলত মূল্য ১১২.৫১/লিটাৰ লৈ বৃদ্ধি হৈছে।গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৭.২৩ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৮৩.৩৬টকালৈ বৃদ্ধি