প্ৰমোদ ভগতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা পদ্মশ্ৰী গ্ৰহণ কৰে

pc Dinalipi

প্ৰমোদ ভগতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা পদ্মশ্ৰী গ্ৰহণ কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় পেৰা-বেডমিণ্টন খেলুৱৈ প্ৰমোদ ভগতক নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। “ভাৰতে পেৰালিম্পিকত ৫টা সোণৰ পদকসহ ১৯ টা পদক জিকিছিল। চৰকাৰে আমাৰ সাফল্যক প্ৰশংসা কৰিছে, ই ভাৰতৰ যুৱ খেলুৱৈসকলক অনুপ্ৰাণিত কৰিব,” ভগত কয়।