নিলয় দত্ত ডাঙৰীয়াৰ দেহাৱসানৰ

pc Facebook
নিলয় দত্ত ডাঙৰীয়াৰ দেহাৱসান
অনলাইন বাৰ্ত্তাসেৱা – অসমৰ এগৰাকী বিশিষ্ট আইনজ্ঞ তথা ক্ৰীড়া সংগঠক, নিলয় দত্ত ডাঙৰীয়াৰ দেহাৱসানৰ বাতৰিয়ে সকলোকে মৰ্মাহত কৰি তোলি। বিভিন্ন সামাজিক ক্ষেত্ৰত প্ৰভূত বৰঙণি আগবঢ়াই যোৱা দত্তদেৱৰ বিয়োগ হৈছে এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি এনেদৰে উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই।
(UD.)