দিল্লীত ২০২০চনৰ তুলনাত মহিলাৰ বিৰুদ্ধে প্ৰায় ২৫% কম অপৰাধ : ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো

pc-newsclick

দিল্লীত ২০২০চনৰ তুলনাত মহিলাৰ বিৰুদ্ধে প্ৰায় ২৫% কম অপৰাধ : ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো

অনলাইন বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ তথ্য অনুসৰি, কোভিড-১৯ মহামাৰী আৰু লকডাউনৰ পিছত ভাৰতৰ ৰাজধানীত দিল্লীত ২০১৯ চনৰ তুলনাত ২০২০ চনত মহিলাৰ বিৰুদ্ধে প্ৰায় ২৫ শতাংশ অপৰাধ কম হয় ।2019 চনত 13,395 টা ঘটনাৰ বিপৰীতে ২০২০ চনত,10,093 টা গোচৰ প্ৰতিবেদিত হৈছিল,  যি আগৰ বছৰতকৈ 24.65 শতাংশ কম। দিল্লীত 2020 চনত 997 টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল, যি হৈছে সৰ্বাধিক।