তৰা হৈ হাঁহিছে- প্ৰস্তুতি শৰ্মা

Pc Everyday power

তৰা হৈ হাঁহিছে

আজি লতাশিলে কান্দিছে বিহু বলীয়া পোনাকন
আজি লতাশিলত নাই,
কান্ধত ঢোলতো লৈ সকলোৱে লগত নাচি ভাল পোৱা
পোনাকন এইবাৰ অজান দেশ লৈ গুচি গ’ল,
হাঁহি বুলীয়া মুখেৰে চিৰদিনলৈ,
আধৰুৱা হৈ ৰ’ল লতাশিল বিহু।
তেওঁ য’তেই আছে কুশলে থাকক, এইয়াই আমাৰ কামনা।।

প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়