ডিব্ৰুগড়ৰ সুৰভি মইনা পাৰিজাতৰ নাজিৰাত বানসাহায‍্য বিতৰণ

ডিব্ৰুগড়ৰ সুৰভি মইনা পাৰিজাতৰ নাজিৰাত বানসাহায‍্য বিতৰণ

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ অন্যতম অনুষ্ঠান সুৰভি মইনা পাৰিজাতৰ সম্পাদিকা মধুমিতা দত্তৰ নেতৃত্বত আঠ জনীয়া এটি দলে নাজিৰা জিলা পৰিষদৰ অন্তৰ্গত বৰবৰুৱা গাওপঞ্চায়তৰ গড়আলিত থকা বানপিড়ীত ৰাইজৰ মাজত খাদ‍্য সামগ্ৰী , আঠুৱা, সৰু ল’ৰা ছোৱালীৰ কাপোৰ, মেখেলা চাদৰ , শাৰী , বিস্কুত , ধূতী ,পাঞ্জাৱী ,অ আৰ এচ , ঔষধ পানীৰ বটল আদি বিতৰণ কৰে ।নাজিৰা জিলা পৰিষদৰ সভাপতি মামু পাতৰ গগৈ আৰু পঞ্চায়ত কাউন্সিলাৰ হেমা সন্দিকৈয়ে মইনা পাৰিজাতৰ দ’লটিক সহযোগ কৰে ।উক্ত সাহাৰ্য‍্য কাৰ্যসূচীলৈ হিলিং চ্ছেদ নামৰ অনুষ্ঠানটিও সাহাৰ্য আৰু সহযোগীতা আগবঢ়ায়।