এতিয়াৰে পৰা অনলাইন মাধ্যমেৰে হ’ব ৰাজ্যৰ শিক্ষকৰ বদলি প্ৰক্ৰিয়া-শিক্ষামন্ত্ৰী ৰণুজ পেগু

pc-wordpress.com

অনলাইন বাৰ্ত্তাসেৱা-  বিধানসভাত শিক্ষামন্ত্ৰী ৰণুজ পেগুৰ বিশেষ ঘোষণা- এতিয়াৰে পৰা অনলাইন মাধ্যমেৰে হ’ব ৰাজ্যৰ শিক্ষকৰ বদলি প্ৰক্ৰিয়া। নিজৰ বদলিৰ বাবে এতিয়াৰে পৰা শিক্ষকে কাৰ্যালয়ে- কাৰ্যালয়ে হাবাথুৰি খাই ফুৰিব নালাগে।বদলিকৰণৰ বাবে শিক্ষকসকলে অনলাইন প’ৰ্টেলত আবেদন কৰিব লাগিব। by utpal kalita