উত্তৰাখণ্ড চৰকাৰে ১৬ জানুৱাৰীলৈকে সকলো ৰাজনৈতিক ৰেলী নিষিদ্ধ কৰিছে

P.c- Times of India

উত্তৰাখণ্ড চৰকাৰে ১৬ জানুৱাৰীলৈকে সকলো ৰাজনৈতিক ৰেলী নিষিদ্ধ কৰিছে

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰাখণ্ড চৰকাৰে  ৰাজ্যখনৰ সকলো ৰাজনৈতিক সমদল আৰু প্ৰতিবাদ ১৬ জানুৱাৰীলৈকে নিষিদ্ধ কৰিছে। বিদ্যালয়, চুইমিং পুল, ৱাটাৰ পাৰ্ক, আৰু সাংস্কৃতিক আৰু মনোৰঞ্জন অনুষ্ঠানসমূহো নিষিদ্ধ কৰিছে। চিনেমা হল, মল, স্পা আৰু জিম  ৫০% ক্ষমতাত কাম কৰিব। লক্ষণীয়ভাৱে, উত্তৰাখণ্ডত যেৱা ২৪ ঘণ্টাত ৮১৪জন লোক কৰ’নাত আক্ৰান্ত হৈছিল।যি হৈছে সাত মাহত সৰ্বাধিক দৈনিক বৃদ্ধি।