ঈশান কিষাণক মূৰত আঘাত পোৱাৰ পাছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল

pcSportsTiger

ঈশান কিষাণক মূৰত আঘাত পোৱাৰ পাছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল

ৰঙিলী বাৰ্ত্তাসেৱা-  হিমাচল প্ৰদেশৰ ধৰমশালাত শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয় টি-২০ৰ সময়ত ১৪৬ বাউঞ্চাৰে হেলমেটত আঘাত পোৱাৰ পিছত ভাৰতৰ উইকেটকিপাৰ অপেনাৰ ঈশান কিষাণক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। “তেওঁৰ চিটি স্কেন কৰা হৈছিল আৰু তেওঁ পৰ্যবেক্ষণত আছিল,” এজন চিকিৎসকে কৈছিল। আমি এই মুহূৰ্তত সকলো বোৰ নিৰীক্ষণ কৰি আছো,” তেওঁ লগতে কয়।