মহিলা প্ৰ হকী লীগত স্পেইনক ২-১ গ’লত পৰাস্ত ভাৰতৰ

pc Hindustan times

মহিলা প্ৰ হকী লীগত স্পেইনক ২-১ গ’লত পৰাস্ত ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  কলিঙ্গ ষ্টেডিয়ামত অনুষ্ঠিত এফ আই এইচ মহিলা প্ৰ’ হকী লীগত ভাৰতে  স্পেইনৰ বিৰুদ্ধে ২-১ গ’লত জয়লাভ কৰিছিল। মাৰ্টা চেগুৱে (১৮’) মিনিটত স্পেইনৰ হৈ প্ৰথম টো গ’ল কৰাৰ পিছত জ্যোতি (২০’) আৰু নেহাই (৫২’) ভাৰতৰ হৈ গ’ল কৰে। শৰ্মিলা দেৱীক ‘খেলুৱৈ অফ মেচ’ হিচাপে বিবেচিত কৰা হৈছিল।