আফগানিস্তানত জনশূন্য শিক্ষা প্ৰতিষ্ঠানসমূহ

pc- India Today

আফগানিস্তানত জনশূন্য শিক্ষা প্ৰতিষ্ঠানসমূহ

অনলাইন বাৰ্ত্তাসেৱা-আফগানিস্তন তালিবানে দখল কৰাৰ পাছত দেশখনৰ পাঠদান আৰম্ভ হোৱাৰ পাছত শিক্ষানষ্ঠানসমূহ জনশূন্য হৈ থাকিল। পূৰ্ব তালিবানী শাসনত কঠোৰ নিষেধাজ্ঞাৰ সন্মুখীন হোৱা শিক্ষা সমাজে কোন স্পষ্ট নীতি নথকাত শিক্ষানুষ্ঠান উপস্থিত হ’বলৈ শংকা ব্যক্ত কৰিছে। তালিবানে মহিলাসকলক ব্যক্তিগত বিশ্ববিদ্যালয়লৈ যোৱাৰ অনুমতি দিব যদিও মহিলাৰ সাজ-পোছাক আৰু চাল-চলনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এনে কঠোৰ নিষেধাজ্ঞাৰ মাজত শিক্ষাগ্ৰহণ কৰিবলৈ গৈ অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখি শিক্ষাৰ্থীসকলে পাঠগৰহণৰ পৰা বিৰত আছে।

 

(RT)