নাও দুৰ্ঘটনাৰ পিছত ১০০ জনক উদ্ধাৰ, মুখ্যমন্ত্ৰীয়ে ঘটনাৰ দ্বাৰা বেদনাগ্ৰস্ত হোৱা বুলি প্ৰকাশ কৰে

pc The Sentinel Assam

নাও দুৰ্ঘটনাৰ পিছত ১০০ জনক উদ্ধাৰ, মুখ্যমন্ত্ৰীয়ে ঘটনাৰ দ্বাৰা বেদনাগ্ৰস্ত হোৱা বুলি প্ৰকাশ কৰে

অনলাইন বাৰ্ত্তাসেৱা – আজি সংঘটিত হোৱা সংঘৰ্ষৰ ফলত নিমাতী ঘাটত নাও দুখন ডুবি যোৱাৰ পিছত এতিয়া ১০০ ৰো অধিক লোকক উদ্ধাৰ কৰা হয়। এই নাও দুখনত “মুঠ ১২০ জন যাত্ৰীয়ে যাত্ৰা কৰি আছিল। এন.ডি.আৰ.এফ. আৰু এছ.ডি.আৰ.এফে. উদ্ধাৰ অভিযান চলায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংঘটিত হোৱা এই দুৰ্ঘটনাৰ বাবে দুখ প্ৰকাশ কৰে আৰু কাইলৈ ভ্ৰমণ কৰিব নিমাতী ঘাট।

(UD.)