ব্ৰহ্মপুত্ৰত বুকুত প্ৰায় ১০০ জন লোকক কঢ়িয়াই নিয়া ২খন নাওৰ মাজত সংঘৰ্ষ

pc Quint

ব্ৰহ্মপুত্ৰত বুকুত প্ৰায় ১০০ জন লোকক কঢ়িয়াই নিয়া ২খন নাওৰ মাজত সংঘৰ্ষ

অনলাইন বাৰ্ত্তাসেৱা – আজি ব্ৰহ্মপুত্ৰত দুখন যাত্ৰীবাহী দুখন নাওৰ মাজত হোৱা সংঘৰ্ষৰ ফলত কেইবাজনো লোক এতিয়াও সন্ধানহীন হৈ আছে। জানিব পৰা মতে, যেতিয়া এই ঘটনাটো সংঘটিত হয়, গুৱাহাটীৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ দূৰত থকা যোৰহাটৰ নিমতী ঘাটত অতি কমেও ১০০ জন যাত্ৰী নাওখনত আছিল। ইয়াৰে ভিতৰত এখন নাও আছিল আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এখন চৰকাৰী যাত্ৰীবাহী ফেৰী। এইখন মাজুলীৰ পৰা নিমাতী ঘাটলৈ আহি আছিল আৰু আনখন নাও বিপৰীত দিশত গৈ আছিল।

(UD.)