আফগানিস্তানত ক্ষমতাৰ পৰিৱৰ্তন আলোচনা অবিহনে হৈছিলঃ প্ৰধানমন্ত্ৰী

pc Awaz The Voice

আফগানিস্তানত ক্ষমতাৰ পৰিৱৰ্তন আলোচনা অবিহনে হৈছিলঃ প্ৰধানমন্ত্ৰী

অনলাইন বাৰ্ত্তাসেৱা – শুক্ৰবাৰে ছাংহাই সহযোগিতা সংস্থাৰ (এছ.চি.অ’.) বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আফগানিস্তানত ক্ষমতাৰ পৰিৱৰ্তন আলোচনা অবিহনে সংঘটিত হৈছে। তালিবানৰ অধিগ্ৰহণৰ সন্দৰ্ভত তেওঁ উল্লেখ কৰে, “ই নতুন ব্যৱস্থাৰ গ্ৰহণযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে।” তদুপৰি, তেওঁ বিশ্ব সম্প্ৰদায়ক সঠিক আলোচনাৰ সৈতে নতুন ব্যৱস্থাক স্বীকৃতি দিয়াৰ বিষয়ে সিদ্ধান্ত ল’বলৈ আহ্বান জনায়।

(UD.)