আজিৰ ৰাশিফল

pc Pinkvilla

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ২ তাৰিখ ৰবিবাৰ , ইংৰাজী ১৯ চেপ্তেম্বৰ |
শুক্ল পক্ষ, ত্রয়োদশী তিথি, পুৱা ৫/৫৯/৫৫ মি. পৰা চতুৰ্দশী তিথি ||
**
সূৰ্য্যোদয় = ৫/১৪/৪২ মি.
সূৰ্য্যোস্থয় = ৫/১৯/৪০ মি.

জন্মত= কুম্ভ ৰাশি (গ, স,শ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, অগ্নি যোগ, দেৱাৰি গন, মনুষ্য অস্থি ||

আদ্যঋতু হলে= দূৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান অভাৱে জীয়া মাছ দান, অধিপতি গ্ৰহ মঙ্গল || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . আমিষ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্মত পৰিবৰ্তন আহিব পাৰে |
বৃষ = সমস্যাৰ সমাধান কৰিব পাৰিব |
মিথুন = ঘৰলৈ আলহীৰ আগমন ঘটিব |
কৰ্কট = নিজৰ দায়িত্ব বৃদ্ধি হব |
সিংহ = জ্ঞান লাভ কৰিবলৈ সুযোগ পাব |
কন্যা = হঠাৎ মনলৈ হতাশা আহিব পাৰে |
তুলা = এলাহ বৃদ্ধি হোৱা দেখা যায় |
বৃশ্চিক = ভ্ৰমণৰ যোগাযোগ চলিছে |
ধনু = উপযুক্ত সময়ত বুদ্ধি ভ্ৰষ্ট হোৱা দেখা যায় |
মকৰ = মনৰ আশা ভংগ হব পাৰে |
কুম্ভ = মানসিক দুঃচিন্তাত ভুগিব পাৰে |
মীন = শত্রু হানি হোৱাৰ সময় |