আজিৰ ৰাশিফল

Pc The indian Express

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আঘোণ মাহৰ ২৯ তাৰিখ মংগলবাৰ , ইংৰাজী ১৬ ডিচেম্বৰ |
শুক্ল পক্ষ, ত্রয়োদশী তিথি ||
* *
সূৰ্য্যোদয় = ৬/৭/৫৯ মি.
সূৰ্য্যোস্থয় = ৪/৩০/৫০ মি.

জন্মতঃ= মেষ ৰাশি (অ, ল), ক্ষত্রিয় বৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, হাতীৰ অস্থি | দিনৰ ২/২১/৫০ মি. পৰা বৃষ ৰাশি (ব, ই, উ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ ||

আদ্যঋতু হলে ঃ= দুঃশীলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক’লা পাৰ চৰাই এজোৰ দান, অধিপতি গ্ৰহ – ৰাহু-কেতু | দিনৰ ২/২১/৫০ মি. পৰা পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, ভাল কল দান, অধিপতি গ্ৰহ – বৃহস্পতি || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= বেঙেনা শাক খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = সঞ্চয় বৃদ্ধি কৰিব পাৰিব |
বৃষ = বিবাদ নিষ্পত্তি হোৱাৰ যোগ চলিছে |
মিথুন = কাৰ্য্য সিদ্ধি লাভ কৰিব |
কৰ্কট = জ্ঞান লাভ কৰিবলৈ সুযোগ লাভ কৰিব |
সিংহ = আত্মীয় সুখ লাভ কৰিব |
কন্যা = মনৰ পৰিবৰ্তন হোৱা দেখা যায় |
তুলা = সমস্যাৰ সমাধান ঘটিব |
বৃশ্চিক = নতুন বন্ধু লাভ কৰিব |
ধনু = মানসিক অশান্তি ভুগিব লগা হব পাৰে |
মকৰ = ভ্ৰমণত কষ্ট ভোগ কৰিব |
কুম্ভ = কাৰ্য্য সুখ লাভ কৰিব |
মীন = কৰ্মত সফলতা অৰ্জন কৰিব |