আজিৰ ৰাশিফল

Pc- India Tv News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ১৫ তাৰিখ শনিবাৰ , ইংৰাজী ২ অক্টোবৰ |
কৃষ্ণ পক্ষ , একাদশী তিথি ||
**
সূৰ্য্যোদয় = ৫/২০/১ মি.
সূৰ্য্যোস্থয় = ৫/৪/৫৮ মি.

জন্মত= কৰ্কট ৰাশি (ড, হ), বিপ্ৰ বৰ্ন, দেৱাৰি গন, বায়ু যোগ, বৰাহৰ অস্থি |

আদ্যঋতু হলে= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি_দুগ্ধ দান, অধিপতি গ্ৰহ চন্দ্ৰ _বুধ | _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . উৰহী খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = ভোজনত বিলাসিতা দেখা যায় |
বৃষ = আত্মীয়ৰ আগমন ঘটিব |
মিথুন = হঠাৎ প্ৰাপ্তিৰ যোগ চলি আছে |
কৰ্কট = কোনো দ্ৰব্য বিনাশ হব পাৰে |
সিংহ = জ্ঞান লাভ কৰিবলৈ সুযোগ পাব |
কন্যা = মনৰ চঞ্চলতা বৃদ্ধি হব |
তুলা = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
বৃশ্চিক = পাৰিবাৰিক উন্নতি সাধন হব |
ধনু = তীৰ্থ ভ্ৰমণৰ সুযোগ লাভ কৰিব |
মকৰ = ভোজনত সুখ লাভ কৰিব |
কুম্ভ = প্ৰিয় বন্ধুজনক লগ পাব |
মীন = এলাহ বৃদ্ধি হোৱা দেখা যায় |