অসম আৰক্ষী দিৱসৰ দিনা অসম আৰক্ষীৰ সাহসী সকললৈ অভিবাদন জ্ঞাপন অসমৰ মুখ্যমন্ত্ৰীৰ

pc Facebook
অসম আৰক্ষী দিৱসৰ দিনা অসম আৰক্ষীৰ সাহসী সকললৈ অভিবাদন জ্ঞাপন অসমৰ মুখ্যমন্ত্ৰীৰ
অনলাইন বাৰ্ত্তাসেৱা – অসম আৰক্ষী দিৱসৰ দিনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম আৰক্ষীৰ সাহসী সকলক তেওঁলোকৰ অসাধাৰণ প্ৰতিশ্ৰুতি আৰু পেছাদাৰীতাৰ বাবে অভিবাদন জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে – বৰাখানা (Dinner)ত চতুৰ্থ APBnত অসম আৰক্ষীৰ বিভিন্ন পদবীলৈ মোৰ প্ৰশংসা আগবঢ়াই আনন্দিত হৈছো। আমাৰ গৌৰৱময় ঐতিহ্যৰ সৈতে অব্যাহত হৈ থাকক। জয় হিন্দ।