আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি শাওঁন মাহৰ ২৩ তাৰিখ সোমবাৰ , ইংৰাজী ৯ আগষ্ট |
শুক্লা পক্ষ, প্ৰতিপদ তিথি, সন্ধিয়া ৬/৫৬/৩২মি. পৰা দ্বিতীয় তিথি |

সূৰ্য্যোদয় = ৪/৫৭/৩০ মি.
সূৰ্য্যোস্থয় = ৬/০/৪০ মি.

জন্মত= কৰ্কট ৰাশি (ড, হ), পুষ্যা নক্ষত্র, বিপ্ৰ বৰ্ন, বায়ু যোগ, দেৱাৰী গন, বৰাহৰ অস্থি ||

আদ্যঋতু হলে= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি_দুগ্ধ দান, অধিপতি গ্ৰহ চন্দ্ৰ, বুধ | _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . কোমোৰা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = আত্মীয়ৰ আগমন ঘটিব | বৃষ = বন্ধুৰ সহায় লাভ কৰিব |
মিথুন = গৃহ অশান্তিত ভুগিব পাৰে |
কৰ্কট = সমস্যাৰ সমাধান ঘটিব |
সিংহ = কাৰ্য্য সিদ্ধিৰ যোগ আছে |
কন্যা = শুভ সংবাদ লাভ কৰিব |
তুলা = সাধাৰণ ভাৱে আঘাত হব পাৰে |
বৃশ্চিক = ভোজন বিলাস আছে |
ধনু = ভ্ৰমণ যোগ চলি আছে |
মকৰ = গৃহত বিবাদৰ সৃষ্টি হব পাৰে |
কুম্ভ = বন্ধু ক্লেশ ঘটিব পাৰে, সাৱধান হব |
মীন = সমস্যা বৃদ্ধি হোৱা দেখা যায় |