আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

PC-BSNSCB

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ১৬ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ১ জুলাই |
কৃষ্ণ পক্ষ, সপ্তমী তিথি, দিনৰ ২/১/২১ মি. পৰা অষ্টমী তিথি |

সূৰ্য্যোদয় = ৪/৩৮/৫৮ মি.
সূৰ্য্যোস্থয় = ৬/১৫/৪০ মি.

জন্মত= মীনৰাশি (দ, চ), বিপ্ৰ বৰ্ন, অগ্নি যোগ, মনুষ্য গন, গৰুৰ অস্থি ||

আদ্যঋতু হলে= দুৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান, অভাৱে জীয়া মাছ দান ||

আজিৰ ৰাশিফলঃ =
মেষ = মনৰ আশা ভংগ হব |
বৃষ = ভ্ৰমণ কৰাৰ যোগ চলিছে |
মিথুন = যদি মাতৃ আছে, মাতৃয়ে কষ্ট ভোগ কৰিব |
কৰ্কট = সাৱধান হব, আঘাট পাব পাৰে |
সিংহ = আত্মীয়ৰ লগত বিৰোধ হব |
কন্যা = ব্যৱসায়ত শুভ দেখা যায় |
তুলা = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
বৃশ্চিক = অনৰ্থক অৰ্থ ক্ষতি হব |
ধনু = কাৰ্য্য সম্পাদন কৰিব পাৰিব |
মকৰ = আৰ্থিক দিশত শুভ দেখা যায় |
কুম্ভ = মনৰ আশা পূৰন হোৱাৰ যোগ আছে |
মীন = প্ৰেম _ ভালপোৱাৰ ক্ষেত্ৰত শুভ দেখা যায় |