স্বর্ণজয়ৰ পাছতেই নয়নমণি শইকীয়াৰ চাকৰিত পদোন্নতি
ৰঙিলী বাৰ্ত্তাসেৱা- ইতিহাস ৰচনা কৰি কমনৱেলথত স্বৰ্ণ পদক দখল কৰা সৰুপথাৰৰ নয়নমণি শইকীয়ালৈ আহিল আন এক সুখবৰ।নয়নমণি শইকীয়াৰ চাকৰিত পদোন্নতি।স্বর্ণজয়ৰ পাছতেই এতিয়া নয়নমণি শইকীয়াক সহকাৰী কমাণ্ডেণ্ট পদলৈ পদোন্নতি দিয়া হৈছে।পূর্বে বন সংৰক্ষণ বাহিনীৰ কনিষ্টবল আছিল নয়নমণি শইকীয়া।