ভাৰতত ৩০ হেজাৰ লোক কৰʼনাত নতুনকৈ সংক্ৰমিত

pc- coe.int

ভাৰতত ৩০ হেজাৰ লোক কৰʼনাত নতুনকৈ সংক্ৰমিত

অনলাইন বাৰ্ত্তাসেৱা- ৩০,২৫৬ জন লোক ভাৰতত নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে। ২৯৫ জন লোকৰ নতুনকৈ কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু হৈছে। কৰʼনাত সংক্ৰমিত হোৱা লোকৰ ভিতৰত কেৰালাৰ ১৯,৬৫৩জন লোক আছিল। ভাৰতত বৰ্তমান কৰʼনাৰ সক্ৰিয় ৩,১৮,১৮১ টা ঘটনা আছে। ৪,৪৫,১৩৩ জন লোকৰ বৰ্তমানলৈ কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু হৈছে।