ছত্তীশগড়ৰ প্ৰাক্তন মন্ত্ৰী ৰজিন্দৰপাল সিং ভাটিয়াৰ মৃত্যু

pc- MCE Zone

ছত্তীশগড়ৰ প্ৰাক্তন মন্ত্ৰী ৰজিন্দৰপাল সিং ভাটিয়াৰ মৃত্যু

অনলাইন বাৰ্ত্তাসেৱা- ছত্তীশগড়ৰ প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰজিন্দৰ পাল সিং ভাটিয়াক ৰাজ্যখনৰ ৰাজনন্দগাঁও জিলাৰ তেওঁৰ বাসগৃহত ওলমি থকা অৱস্থাত পোৱা গৈছিল। আৰক্ষীয়ে এই ঘটনাটোক আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰিছে। ৰাজনন্দগাঁও জিলাৰ খুজ্জিৰ তিনিটা কাৰ্যকালৰ বিধায়ক ৭২ বছৰীয়া নেতাগৰাকী ৰাজ্য খন গঠন হোৱাৰ পিছত বিজেপি চৰকাৰৰ প্ৰথম কাৰ্যকালত পৰিবহন মন্ত্ৰী আছিল।