নতুন চাইবাৰ ক্ৰাইম অনুসন্ধান কেন্দ্ৰ স্থাপন কৰা হ’ব চেন্নাইত

pc- The News Minute

নতুন চাইবাৰ ক্ৰাইম অনুসন্ধান কেন্দ্ৰ স্থাপন কৰা হ’ব চেন্নাইত

অনলাইন বাৰ্ত্তাসেৱা- তামিলনাডুৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টালিনে বিধানসভাত ঘোষণা কৰিছিল যে ৰাজ্যখনত এটা চাইবাৰ ক্ৰাইম কেন্দ্ৰ স্থাপন কৰা হ’ব যিয়ে আৰক্ষীক ইণ্টাৰনেট সম্পৰ্কীয় অপৰাধ সমাধান কৰাত সহায় কৰিব। চেন্নাইত স্থাপন হোৱাৰ সম্ভাৱনা থকা কেন্দ্ৰটো হ’ব ৰাজ্যখনত চাইবাৰ ক্ৰিয়াৰ তদন্তৰ বাবে নোডেল এজেঞ্চী।

 

(RT)