ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণ চাৰি দিনৰ পৰা ৩০,০০০ৰো কম

pc PAHO

ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণ চাৰি দিনৰ পৰা ৩০,০০০ৰো কম

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতত নতুনকৈ ২৭,১৭৬জন লোক কৰ’নাত সংক্ৰমিত হৈছে। দেশখনত একেৰাহে চতুৰ্থ দিনৰ বাবে দৈনিক ৩০,০০০ৰো কম লোক কৰ’নাত সংক্ৰমিত হৈছে। দেশত নতুনকৈ কৰ’নাৰ ফলত ২৮৪ জন লোকৰ মৃত্য হৈছে। ভাৰতত বৰ্তমান ৩,৫১,০৮৭ টা সক্ৰিয় ঘটনা আছে। কৰৌনাৰ ফলত দেশত মুঠ ৪,৪৩,৪৯৭ জন লোকৰ মৃত্যু হৈছে।

(RT)