চুনজুলী ব্যৱসায় সন্থাৰ সৌজন্যত তিনি দিনিয়া সাৰ্বজনীন দূৰ্গা পূজা উদযাপন 

চুনজুলী ব্যৱসায় সন্থাৰ সৌজন্যত তিনি দিনিয়া সাৰ্বজনীন দূৰ্গা পূজা উদযাপন 

কৃষ্ণ ৰাভা,লখিমপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- লখিমপুৰ জিলাৰ অসম অৰুণাচল সিমান্তবৰ্তী চুনজুলী ব্যৱসায় সন্থাৰ সৌজন্যত তিনি দিনিয়া সাৰ্বজনীন দূৰ্গা পূজা উদযাপন । সভাপতি অতুল ফুকন সম্পাদক বিজু ফুকন আৰু সমূহ চূনজুলী ব্যৱসায় সন্থাৰ সৌজন্যত সুন্দৰভাৱে চলাই নিয়া দেখা যায় । মানুহক খেৱা কৰি ভাল পোৱা মানুহৰ মাজত থাকি ভাল পোৱা মহান ব্যক্তি শ্ৰী টানা নিকাম টাৰা চাহাব উপস্থিত থাকি তেওঁ সূন্দৰ বক্তৃতা প্ৰদান কৰি পূজা মন্দপৰ ৰাইজক আমোদ দিয়ে ।।