নাৰায়ণপুৰৰ জুটুলী বাৰি নামঘৰত শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু জনাৰ পুণ্য আৱিৰ্ভাৱ তিথি পালন

নাৰায়ণপুৰৰ জুটুলী বাৰি নামঘৰত শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু জনাৰ পুণ্য আৱিৰ্ভাৱ তিথি পালন

কৃষ্ণ ৰাভা,লখিমপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাইজৰ বিভিন্ন প্ৰান্তৰ লগতে নাৰায়ণপুৰৰ জুটুলী বাৰি কৰুণাময় প্ৰাৰ্থমীক শাখাৰ নামঘৰত শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু জনাৰ পুণ্য আৱিৰ্ভাৱ তিথি সমুহ ভকট প্ৰাণ ৰাইজে একত্ৰিত হৈ পালন কৰা দেখা যায়।