আপৰ মানৱ অধিকাৰ আয়োগৰ কাৰ্যালয়ত গোচৰ

Pc Wikipedia

আপৰ মানৱ অধিকাৰ আয়োগৰ কাৰ্যালয়ত গোচৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  চৰকাৰী বিভিন্ন কামৰ নামত গুৱাহাটী মহানগৰৰ ৰাস্তা সমূহত খান্দি থোৱা গাঁতৰ বাবে সাধাৰণ লোকৰ জীৱন বিপদাপন্ন হোৱা দেখা গৈছে৷ফলত সাধাৰণ শ্ৰেণী লোকে যাতায়াতৰ সময়ত সদায়ে জীয়াতুভুগিবলগীয়া হৈছে৷এই সন্দৰ্ভত বিহিত ব্যৱস্থা লবলৈ আজি আপে অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগত গোচৰ দিয়ে৷যাতে অতিশীঘ্ৰে সমাধান কৰে৷