ন্যায় – আয়শা ছিদ্দিকা

Pc StockCake

অণু গল্প

ন্যায় 

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

মানুহজনক শত কোটি মানুহে ভালপায়। কিন্তু কোনেও ন্যায় দিব নোৱাৰিলে। বাটৰ কাষত থকা পাগলজনে মনতে ভোৰভোৰাই‌ গৈ থাকিল।