অনলাইন বাৰ্ত্তাসেৱা – ৰাজ্যিক প্রশাসনত ব্যাপক সালসলনি। বৰ্ণালী ডেকাক কোকৰাঝাৰৰ উপায়ুক্তৰ দায়িত্ব প্ৰদান। তথ্য আৰু জনসংযোগৰ যুটীয়া সচিবৰ দায়িত্ব বিষ্ণু কমল বৰাক।তথ্য আৰু জনসংযোগৰ সঞ্চালক অনুপম চৌধুৰীক বদলি। ঘনশ্যাম দাসক সমাজ কল্যাণৰ সচিবৰ দায়িত্ব প্ৰদান কৰা হৈছে। হোজাইৰ উপায়ুক্ত ড০ এছ সিঙক পাৰ্চনেল বিভাগলৈ বদলি । কোকৰাঝাৰৰ উপায়ুক্ত মেঘা নিধি দাহালক শিৱসাগৰলৈ বদলি। শিৱসাগৰৰ উপায়ুক্ত বিষ্ণু কমল বৰাক বদলি। হোজাইৰ উপায়ুক্তৰ দায়িত্ব অনুপম চৌধুৰীক। by utpal kalitaa
অসমৰ ৰাজ্যিক প্রশাসনত ব্যাপক সালসলনি
