ব’হাগ – ধীৰেন্দ্ৰ কুমাৰ নাথ

Pc Behance

অণুগল্প 

ব’হাগ

ধীৰেন্দ্ৰ কুমাৰ নাথ ,আগিয়া

বিহু বুলি ঘৰখনেই ৰজন জনাই গৈছে তাতে আকৌ ডাঙৰ নাতিনী জনীৰ চেৰেকী ঘূৰা দি নাচ।

সকলোৰে অলক্ষিতে ষাঠিৰ উৰ্দ্ধৰ বৰুৱাৰ চকুলো সৰিছে।

” প্ৰথম বাৰ মোক দিয়া বিহুৱান খন আজিও তোৰ কথাকে সোঁৱৰাই অ’ সোণপাহী ।”