হিয়াৰ আমঠু অবিহনে ৰঙহীন ৰঙালী – হেৰম্ব নাথ April 21, 2026April 21, 2026 Rongili Barta হিয়াৰ আমঠু অবিহনে ৰঙহীন ৰঙালী হেৰম্ব নাথ এইবেলি ৰঙালীত ৰঙ নাই কিয়নো আমাৰ হিয়াৰ আমঠু নাই কুলিয়ে কু কু মাতিলেও বিহু বিহু লগা নাই উকা উকা লাগিছে, বুকুখন চিৰিংকৈ উঠে বিহু বুলি ক’লে কিয়নো আমাৰ হিয়াৰ আমঠু নাই!