অলিম্পিয়ান মাৰিয়াই  শিশুৰ অস্ত্ৰোপচাৰৰ বাবে নিলাম কৰে নিজৰ ৰূপৰ পদক

pc 9GAG

অলিম্পিয়ান মাৰিয়াই  শিশুৰ অস্ত্ৰোপচাৰৰ বাবে নিলাম কৰে নিজৰ ৰূপৰ পদক

অনলাইন বাৰ্ত্তাসেৱা- পোলেণ্ডৰ ২৫ বছৰীয়া জেভলিন থ্ৰ’ৱাৰ মাৰিয়া আন্দ্ৰেজিকে তেওঁ টকিঅ’ অলিম্পিকত অৰ্জন কৰা ৰূপৰ পদক নিলাম কৰি আঠ মাহীয়া শিশুৰ বাবে ধন সংগ্ৰহ কৰে । পোলেণ্ডৰ জাবকা নামৰ এখন বিখ্যাৎ দোকানে বিশ্ব চেম্পিয়ন মাৰিয়াৰ পৰা 200,000 জলোটিৰ (38 লাখ) বাবে পদকটো ক্ৰয় কৰিছিল। জাবকাৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে যে ই মাৰিয়াক পদকটো ৰাখিবলৈ দিব।

(UD.)